2024
১২। চমুকৈ লিখাঃ (যিকোনো দুটা)
(ক) ধাতুৰ পিছত যোগ হোৱা প্রত্যয়ক কি প্রত্যয় বোলে? চাৰিটা উদাহৰণ ভাঙি দেখুওৱা।
উঃ:- কৃৎ প্ৰত্যয় বোলে।
উদাহৰণ- নাচ+অনী= নাচনী
কান্দ + উৰা = কান্দুৰা
শো + অন= শোৱন
বহ + উৱা = বহুৱা
(খ) বিভক্তি কাক বোলে? বিভক্তিৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা।
উঃ যিবোৰ সৰ্গই বাক্যত প্ৰযুক্ত শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গ যুক্ত হলে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গই বিভক্তি।
(গ) মানৱ শৰীৰৰ অংগ বুজোৱা তিনিটা ভিন্ন জতুৱা ঠাঁচৰ প্রয়োগ লিখাঁ।
১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা: ১x৬=৬
পনীয়া
, সমজুৱা,
গল্পকাৰ,
খাৱৰীয়া:- খা + অৰীয়া ( কৃৎ প্ৰত্যয় )
লেখাৰু:- লিখ + আৰু ( কৃৎ প্ৰত্যয়)
সাহিয়াল
, গুৰিয়াল,
জোনাকী,
পঢ়ুরৈ
১৪। তলত দিয়া জতুৱা-ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰাঁ (যিকোনো চাৰিটা)
কথা চহকী,
গা গধুৰ,
ঘৰ গোনা,
চকুৰ মণি,
ঢৌতে খৰ মৰা,
দাঁতে-ওঁঠে নলগা,
মাটিৰ মানুহ,
যাউতিযুগীয়া :-( চিৰস্থায়ী) তাজমহল পৃথিৱীৰ এটা যাউতিযোগীয়া সৌধ।
2023
১২। চমুকৈ লিখাঃ (যিকোনো দুটা)
(ক) শব্দ-বিভক্তি কাক বোলে? অসমীয়া ভাষাত সাতবিধ শব্দ-বিভক্তি কি কি?
উঃ:- কাৰকৰ লগত যোগ হোৱা বিভক্তিবোৰকে কাৰক বাচক বিভক্তি বা শব্দ বিভক্তি বোলে।
অসমীয়া ভাষাৰ 7 বিধ শব্দ বিভক্তি
কৰ্তা কৰক: -এ ( ই)
কৰ্ম কৰক: -ক (অক)
কৰণ কাৰক:- ৰে ( এৰে)
নিমিত্ত কৰক:- -লৈ( অলৈ)
অপদান কাৰক : - ৰ ( অৰ)
অধিকাৰণ কৰক: -ত ( অত)
সম্বন্ধ পদ: -ৰ ( অৰ)
(খ) প্রত্যয় কাক বোলে? তদ্বিৎ প্রত্যয়ৰ সংজ্ঞাসহ উদাহৰণ দিয়া।
উঃ শব্দ সাধনৰ সৰ্গবোৰক প্ৰত্যয় বোলে।
নাম শব্দ বা প্ৰতিপাদিকৰ পিছত যোগ হৈ নতুন অর্থযুক্ত শব্দ সৃষ্টি কৰা প্ৰত্যেকেই তদ্ধিত প্ৰত্যয় বোলে।
ধান+অনি= ধাননি
(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা? 'চকু' বিশেষ্য পদৰ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা দুটা জতুৱা প্রয়োগ লিখাঁ।
১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখা:
ছমহীয়া
, পলৰীয়া,
ধানতলী,
যুঁজাৰু,
ৰসাল
, শোবন,
পাগলী,
দেখনিয়াৰ
, সাৰুৱা
১৪/ তলত দিয়া জতুৱা-ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰা: (যিকোনো চাৰিটা)
কপালৰ ঘাম মাটিত পেলা
, চকুত ধূলি মাৰ,
টুপাই বুৰ মাৰ :- ( একেবাৰে মিছা কোৱা) টুপাই বুৰ মৰা মানুহ সমাজত অপ্ৰিয় হয়।
, হাড়ত বন গজা
, চুকৰ ভেকুলী :- (আও ভাও নোপোৱা মানুহ) আজিৰ যুগৰ গাঁৱলীয়া মানুহ চুকৰ ভেকুলী হৈ থকা নাই।
, বগলী ভকত:- ( ভিতৰি দুষ্ট বাহিৰে শান্ত) বগলী ভকতৰ দৰে থকা মানুহৰ দ্বাৰা দেশৰ অনিষ্ট হোৱাৰ আশংকা থাকে।
উনৈশত বা বলা।
2022
১২। চমুকৈ লিখা: (যিকোনো দুটা)
(ক) বিভক্তি কাক বোলে। অসমীয়া ভাষাত বিভক্তি প্রধানতঃ কেই প্রকাৰব?
উঃ যিবোৰ সৰ্গই বাক্যত প্ৰযুক্ত শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গ যুক্ত হলে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গই বিভক্তি।
(খ) তদ্ধিত প্রত্যয় কাক বোলে। দুটা উদাহৰণ দিয়া।
নাম শব্দ বা প্ৰতিপাদিকৰ পিছত যোগ হৈ নতুন অর্থযুক্ত শব্দ সৃষ্টি কৰা প্ৰত্যেকেই তদ্ধিত প্ৰত্যয় বোলে।
ধান+অনি= ধাননি
সাধু+ তা= সাধুতা
(গ) জতুৱা ঠাঁচ বুলিলে কি বুজা। জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ কি কি?
১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রতায় যোগ হৈছে লিখা:
খেতিয়ক
, নদীয়াল,
মগনিয়াব,
খারন,
দীর্ঘতম
, বিষরা,
যুঁজাৰু,
বেগাই,
কপহরা।
১৪। তলত দিয়া জতুরা-ঠাঁচবোৰৰ অর্থ লিখি একোটাকৈ বাক্য-বচনা করা: (যিকোনো চাৰিটা)
আঁঠুরা তলব মহ, একাদশত বৃহস্পতি, গোৰ মাৰি গংগাত পেলোৱা, চকু চৰহা, নপতা ফুকন, পানীৰ তলৰ কাঁইট, লেল্লেী পৰুৱা, সাত বিহুৰ সৈয়া কণী, হাত দীঘল।
2020
১২। চমুকৈ লিখাঁ (যিকোনো দুটা) 3x2=6
(ক) বিভক্তিৰ সংজ্ঞা আৰু প্ৰকাৰ
উঃ যিবোৰ সৰ্গই বাক্যত প্ৰযুক্ত শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু যিবোৰ সৰ্গ যুক্ত হলে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটে, সেইবোৰ সৰ্গই বিভক্তি।
(খ) অসমীয়া শব্দবিভক্তি
(গ) প্রত্যয়ৰ সংজ্ঞা আৰু ইয়াৰ শ্ৰেণীবিভাগ
(ঘ) তদ্ধিত প্রত্যয়: সংজ্ঞা আৰু উদাহৰণ
১৩। তলৰ যিকোনো ছটা শব্দত যোগ হোৱা প্রত্যয়বোৰ ভাঙি কি প্রত্যয় যোগ হৈছে লিখাঁ :
ৰণুৱা,
জিৰণীয়া,
মগনিয়াৰ
, উজনি
, পতিয়ন,
বেগাই
, সাধুতা
, গাঁৱলীয়া,
খেতি।
১৪। তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য-ৰচনা কৰাঁ (যিকোনো চাৰিটা)
টৌতে খৰ মৰা
, কাণ বাগৰা
, গোৰ মাৰি গংগাত পেলোৱা
, শালৰ মাজত শিঙি
, চকুৰ মণি,
পেটে-ভাতে খা
, নাদৰ ভেকুলী,
সোণৰ সোলেং।
Comments
Post a Comment