১/ হেম সৰস্বতী
ৰচনা- 'প্ৰহ্লাদ-চৰিত্ৰ' আৰু হৰগৌৰী-সংবাদ
২/ হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ
ৰচনা- 'বব্ৰুবাহনৰ যুদ্ধ' , 'লৱকুশৰ যুদ্ধ' আৰু তাম্ৰধ্বজৰ যুগ্ধ
৩/ কবিৰত্ন সৰস্বতী
ৰচনা- জয়দ্ৰথ বধ ( ক্ষুদ্ৰ কাব্য)
শকুন্তলা উপাখ্যান আৰু যযাতি চৰিত্ৰ ( পদ-পুথি)
৪/ ৰুদ্ৰ কন্দলী
ৰচনা- সাত্যকি-প্ৰবেশ ( সৰু কাব্য)
৫/ মাধৱ কন্দলী
ৰচনা- ৰামায়ণ
Nice
ReplyDeleteThank u
ReplyDelete