Skip to main content

প্ৰাক-শংকৰী যুগৰ কবি

১/ হেম সৰস্বতী
ৰচনা- 'প্ৰহ্লাদ-চৰিত্ৰ' আৰু হৰগৌৰী-সংবাদ

২/ হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ
ৰচনা- 'বব্ৰুবাহনৰ যুদ্ধ' , 'লৱকুশৰ যুদ্ধ' আৰু তাম্ৰধ্বজৰ যুগ্ধ

৩/ কবিৰত্ন সৰস্বতী
ৰচনা- জয়দ্ৰথ বধ (  ক্ষুদ্ৰ কাব্য)
শকুন্তলা উপাখ্যান আৰু যযাতি চৰিত্ৰ (  পদ-পুথি)

৪/ ৰুদ্ৰ কন্দলী
ৰচনা- সাত্যকি-প্ৰবেশ ( সৰু কাব্য)

৫/ মাধৱ কন্দলী
ৰচনা- ৰামায়ণ

Comments

Post a Comment

Popular posts from this blog

প্ৰাক্ অৰুণোদইৰ অসমীয়া লিখকসকল( ১৮৩০-১৮৪৮)

১/ আত্মাৰাম শৰ্মা # নিউ টেষ্টামেন্ট আৰু অল্ড টেষ্টামেন্ট ২/ কাশীনাথ তামুলী (১৮১০-৮০) #অসম বুৰঞ্জী (১৮৪৪) ৩/বিশ্বেশ্বৰ বৈদ্যাধিপ # বেলিমাৰৰ বুৰঞ্জী (১৮৩৩-৩৮) ৪/মণিৰাম দেৱান # বুৰ...