পাঁচালী সাহিত্য
পীতাম্বৰ দ্বিজ
তেওঁৰ ৰচিত পুথি-
১। ‘ঊষাপৰিৰ্ণয়’১৫৩৩ খ্ৰীষ্টাব্দ
মূল— হৰিবংশৰ বিষ্ণুপৰ্বৰ ১১৬-১২৮
অধ্যায়
২. 'ভাগৱত' দশম স্কন্ধ
৩. 'মাৰ্কণ্ডেয়া চাণ্ডী'।
মূল উৎস – সংস্কৃত মাৰ্কণ্ডেয় চণ্ডী
৪. 'নল-দময়ন্তী'।
মূল— বনপর্বৰ অন্তৰ্গত নিষধাজ নল আৰু
ৰাণী দময়ন্তীৰ আখ্যান ।
পৃষ্ঠপোষক ৰজা— চিলাৰায় দেৱান ।
দুৰ্গাৰ কায়স্থ
পিতৃৰ নাম— চন্দ্ৰধৰ কায়স্থ
ৰচিত পুথি— ১ । গীতি ৰামায়ণ
মূল— মাধৱ কন্দলীৰ ৰামায়ণ
২। বেউলা আখ্যান
মনকৰ
ৰচিত পুথি— ১। মনকৰী কাব্য (তিনি কুৰি ষোলটা গীতৰ সমষ্টি)
সুকবি নাৰায়ণদেৱ
ৰচিত পুথি— পদ্ম-পুৰাণ
Comments
Post a Comment