Skip to main content

প্ৰাক্ অৰুণোদইৰ অসমীয়া লিখকসকল( ১৮৩০-১৮৪৮)

১/ আত্মাৰাম শৰ্মা
# নিউ টেষ্টামেন্ট আৰু অল্ড টেষ্টামেন্ট

২/ কাশীনাথ তামুলী (১৮১০-৮০)
#অসম বুৰঞ্জী (১৮৪৪)

৩/বিশ্বেশ্বৰ বৈদ্যাধিপ
# বেলিমাৰৰ বুৰঞ্জী (১৮৩৩-৩৮)

৪/মণিৰাম দেৱান
# বুৰঞ্জী বিৱেকৰত্ন (১৮৩৮)

৫/ যদুৰাম ডেকেৰুৱা (১৮০১-১৮৬৯)
# বঙলা- অসমীয়া অভিধান (১৮৩৯-?)

Comments

  1. বিশ্বেশ্বৰ বৈদ্যাধিপ বৈদ্যাধিপ বৈদ্যাধিপৰ বিষয়ে অলপ সৰহকৈ পৰিচয় দিব চোন !
    (মানে মই ইয়াত ক'তো পোৱা নাই)

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰাক-শংকৰী যুগৰ কবি

১/ হেম সৰস্বতী ৰচনা- 'প্ৰহ্লাদ-চৰিত্ৰ' আৰু হৰগৌৰী-সংবাদ ২/ হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ ৰচনা- 'বব্ৰুবাহনৰ যুদ্ধ' , 'লৱকুশৰ যুদ্ধ' আৰু তাম্ৰধ্বজৰ যুগ্ধ ৩/ কবিৰত্ন সৰস্বতী ৰচনা- জয়দ...

অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

  অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ অসমীয়া ভাষা হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ অন্যতম এগৰাকী ভাষা, যাৰ মূল প্ৰধানকৈ অসম আৰু উত্তৰ-পূৱ ভাৰতত বিস্তৃত। ইয়াৰ বিকাশ বহু শতিকা জুৰি বিস্তৃত হৈ আছে, য'ত বিভিন্ন ৰাজনীতি, সমাজ আৰু সাংস্কৃতিক কাৰকসমূহে প্ৰভাৱ বিস্তাৰ কৰিছে। ১. উৎপত্তি আৰু প্ৰাৰম্ভিক বিকাশ (১০শ শতিকাৰ পূৰ্বে) অসমীয়া ভাষাৰ উৎপত্তি ভাৰতীয়-আৰ্য প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ পৰা হৈছে। ইয়াৰ শিকড় বঙ্গালী, মৈথিলী আৰু উড়িয়া ভাষাৰ লগত সংলগ্ন। প্ৰাচীন কালত অসমত বেদিক সংস্কৃত আৰু মাগধী প্ৰাকৃত ভাষাৰ প্ৰভাব আছিল, যি কালক্রমে অসমীয়াৰ স্বতন্ত্ৰ ৰূপ ধাৰণ কৰে। এই সময়ত অসম কামৰূপ ৰাজ্য (৪ৰ্থ–১২শ শতিকাৰ) অন্তৰ্গত আছিল, য'ত সংস্কৃত আছিল মুখ্য সাহিত্য আৰু ৰাজকীয় ভাষা। কিন্তু সাধাৰণ জনতাই যি ভাষা ব্যৱহাৰ কৰিছিল, তাক অপভ্ৰংশ ৰূপত গণ্য কৰা হৈছিল, যি পিছলৈ অসমীয়াৰ ৰূপ লৈ উঠে। ২. মধ্যযুগ (১০শ–১৭শ শতিকা): গঠনৰ সময়কাল ১০শ শতিকাৰ পৰা অসমীয়া ভাষা পৃথক ভাষা হিচাপে গঢ় লয়। অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন লিখিত নথিপত্ৰ কামৰূপৰ শিলালিপিসমূহত পোৱা যায়, যেনে দহ পাৰ্বতীয়া শিলালিপি আৰু নগাঁও শিলালিপি ...