১/ শংকৰদেৱ (১৪৪৯-১৫৬৮)
ৰচনা:- #কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰূক্মিণী-হৰণকাব্য, বলিছলন, অমৃত মথন ,অজমিল উপখ্যান, আৰু কুৰুক্ষেত্ৰ
#ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ - ভক্তিপ্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি -নৱসিদ্ধ সংবাদ আৰু অনাদিপতন,
#অনুবাদমুলক- ভাগৱত ১ম, ২ য়, ৬ ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ) ৮ম (বলিছলন , অমৃত মথন) , ১০ম, ১১শ ,১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড
#অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিনীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয়
#গীত- বৰগীত, ভটিমা , টোটয় আৰু চপয়
#নাম প্ৰসংগ- কীৰ্তন আৰু গুণমালা
২/ মাধৱদেৱ (১৪৮৯-১৫৯৬)
#আখ্যানমুলক গ্ৰন্থ- আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য
#তত্ত্বমূলক গ্ৰন্থ- নামঘোষা, জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী আৰু নাম-মালিকা
#নাট- অৰ্জুন - ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটৱা, ভোজন -বিহাৰ ,ব্ৰাহ্মামোহন , ৰাস- ঝুমুৰ, ভূষন- হৰণ, আৰু কোটোৰা খেলা,
#গীত- বৰগীত আৰু ভটিম
৩/ অনন্ত ক্দলী
#অনুবাদমূলক- ৰামায়ণ, ষষ্ঠ স্কন্ধ, ভাগৱতৰ বৃত্ৰাসুৰ- বধ খণ্ড, মধ্য আৰু শেষ দশম
# কাব্য- কুমাৰ -হৰণ, মহীৰাৱণ বধ
# নাটক- সীতাৰ পাতাল প্ৰৱেশ
৪/ ৰাম সৰস্বতী
#
To be continues
Comments
Post a Comment