Skip to main content

শংকৰী যুগৰ কবি

১/ শংকৰদেৱ (১৪৪৯-১৫৬৮)
ৰচনা:- #কাব্য- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰূক্মিণী-হৰণকাব্য, বলিছলন, অমৃত মথন ,অজমিল উপখ্যান, আৰু কুৰুক্ষেত্ৰ
#ভক্তিতত্ত্ব প্ৰকাশক সংগ্ৰহ - ভক্তিপ্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি -নৱসিদ্ধ সংবাদ আৰু অনাদিপতন,
#অনুবাদমুলক- ভাগৱত ১ম, ২ য়, ৬ ষ্ঠ (অজামিল উপাখ্যান মাত্ৰ) ৮ম (বলিছলন , অমৃত মথন) , ১০ম, ১১শ ,১২শ স্কন্ধ আৰু উত্তৰাকাণ্ড
#অংকীয়া নাট- পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰুক্মিনীহৰণ, পাৰিজাতহৰণ আৰু ৰামবিজয়
#গীত- বৰগীত, ভটিমা , টোটয় আৰু চপয়
#নাম প্ৰসংগ- কীৰ্তন আৰু গুণমালা

২/ মাধৱদেৱ (১৪৮৯-১৫৯৬)
#আখ্যানমুলক গ্ৰন্থ- আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূয় কাব্য
#তত্ত্বমূলক গ্ৰন্থ- নামঘোষা, জন্ম-ৰহস্য, ভক্তি-ৰত্নাৱলী আৰু নাম-মালিকা
#নাট- অৰ্জুন - ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটৱা, ভোজন -বিহাৰ ,ব্ৰাহ্মামোহন , ৰাস- ঝুমুৰ, ভূষন- হৰণ, আৰু কোটোৰা খেলা,
#গীত- বৰগীত আৰু ভটিম

৩/ অনন্ত ক্দলী
#অনুবাদমূলক- ৰামায়ণ, ষষ্ঠ স্কন্ধ, ভাগৱতৰ বৃত্ৰাসুৰ- বধ খণ্ড,  মধ্য আৰু শেষ দশম
# কাব্য- কুমাৰ -হৰণ, মহীৰাৱণ বধ
# নাটক- সীতাৰ পাতাল প্ৰৱেশ

৪/ ৰাম সৰস্বতী
#

To be continues

Comments

Popular posts from this blog

প্ৰাক-শংকৰী যুগৰ কবি

১/ হেম সৰস্বতী ৰচনা- 'প্ৰহ্লাদ-চৰিত্ৰ' আৰু হৰগৌৰী-সংবাদ ২/ হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ ৰচনা- 'বব্ৰুবাহনৰ যুদ্ধ' , 'লৱকুশৰ যুদ্ধ' আৰু তাম্ৰধ্বজৰ যুগ্ধ ৩/ কবিৰত্ন সৰস্বতী ৰচনা- জয়দ...

অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ

  অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ অসমীয়া ভাষা হৈছে ভাৰতীয়-আৰ্য ভাষাসমূহৰ অন্যতম এগৰাকী ভাষা, যাৰ মূল প্ৰধানকৈ অসম আৰু উত্তৰ-পূৱ ভাৰতত বিস্তৃত। ইয়াৰ বিকাশ বহু শতিকা জুৰি বিস্তৃত হৈ আছে, য'ত বিভিন্ন ৰাজনীতি, সমাজ আৰু সাংস্কৃতিক কাৰকসমূহে প্ৰভাৱ বিস্তাৰ কৰিছে। ১. উৎপত্তি আৰু প্ৰাৰম্ভিক বিকাশ (১০শ শতিকাৰ পূৰ্বে) অসমীয়া ভাষাৰ উৎপত্তি ভাৰতীয়-আৰ্য প্ৰাকৃত আৰু অপভ্ৰংশ ভাষাৰ পৰা হৈছে। ইয়াৰ শিকড় বঙ্গালী, মৈথিলী আৰু উড়িয়া ভাষাৰ লগত সংলগ্ন। প্ৰাচীন কালত অসমত বেদিক সংস্কৃত আৰু মাগধী প্ৰাকৃত ভাষাৰ প্ৰভাব আছিল, যি কালক্রমে অসমীয়াৰ স্বতন্ত্ৰ ৰূপ ধাৰণ কৰে। এই সময়ত অসম কামৰূপ ৰাজ্য (৪ৰ্থ–১২শ শতিকাৰ) অন্তৰ্গত আছিল, য'ত সংস্কৃত আছিল মুখ্য সাহিত্য আৰু ৰাজকীয় ভাষা। কিন্তু সাধাৰণ জনতাই যি ভাষা ব্যৱহাৰ কৰিছিল, তাক অপভ্ৰংশ ৰূপত গণ্য কৰা হৈছিল, যি পিছলৈ অসমীয়াৰ ৰূপ লৈ উঠে। ২. মধ্যযুগ (১০শ–১৭শ শতিকা): গঠনৰ সময়কাল ১০শ শতিকাৰ পৰা অসমীয়া ভাষা পৃথক ভাষা হিচাপে গঢ় লয়। অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন লিখিত নথিপত্ৰ কামৰূপৰ শিলালিপিসমূহত পোৱা যায়, যেনে দহ পাৰ্বতীয়া শিলালিপি আৰু নগাঁও শিলালিপি ...

প্ৰাক্ অৰুণোদইৰ অসমীয়া লিখকসকল( ১৮৩০-১৮৪৮)

১/ আত্মাৰাম শৰ্মা # নিউ টেষ্টামেন্ট আৰু অল্ড টেষ্টামেন্ট ২/ কাশীনাথ তামুলী (১৮১০-৮০) #অসম বুৰঞ্জী (১৮৪৪) ৩/বিশ্বেশ্বৰ বৈদ্যাধিপ # বেলিমাৰৰ বুৰঞ্জী (১৮৩৩-৩৮) ৪/মণিৰাম দেৱান # বুৰ...