পাঁচালী সাহিত্য পীতাম্বৰ দ্বিজ তেওঁৰ ৰচিত পুথি- ১। ‘ঊষাপৰিৰ্ণয়’১৫৩৩ খ্ৰীষ্টাব্দ মূল— হৰিবংশৰ বিষ্ণুপৰ্বৰ ১১৬-১২৮ অধ্যায় ২. 'ভাগৱত' দশম স্কন্ধ ৩. 'মাৰ্কণ্ডেয়া চাণ্ডী'। মূল উৎস – সংস্কৃত মাৰ্কণ্ডেয় চণ্ডী ৪. 'নল-দময়ন্তী'। মূল— বনপর্বৰ অন্তৰ্গত নিষধাজ নল আৰু ৰাণী দময়ন্তীৰ আখ্যান । পৃষ্ঠপোষক ৰজা— চিলাৰায় দেৱান । দুৰ্গাৰ কায়স্থ পিতৃৰ নাম— চন্দ্ৰধৰ কায়স্থ ৰচিত পুথি— ১ । গীতি ৰামায়ণ মূল— মাধৱ কন্দলীৰ ৰামায়ণ ২। বেউলা আখ্যান মনকৰ ৰচিত পুথি— ১। মনকৰী কাব্য (তিনি কুৰি ষোলটা গীতৰ সমষ্টি) সুকবি নাৰায়ণদেৱ ৰচিত পুথি— পদ্ম-পুৰাণ