অৰুণোদয় কালৰ খ্ৰীষ্টীয়ান লেখক
১/ ড° মাথান ব্ৰাউন (১৮০৭-৮৬)
"নিউটেষ্টামেন্ট " অসমীয়া ভাঙনি (১৮৪৯), "খ্ৰীষ্টৰ বিৱৰণ আৰু শুভবাৰ্তা" (১৮৫৪)
"অসমীয়া ভাষাৰ ব্যায়কৰণ"(১৮৪৮)
"যোচেফৰ কাহিনী"
"যিশুখ্ৰীষ্টৰ জীৱনী"
"অৰুণোদয়"with cutter (১৮৪৬)
"Grammatical Notices of the Assamese Language."
"অসমীয়া ভাষাৰ ব্যায়কৰণ"(১৮৪৮)
"যোচেফৰ কাহিনী"
"যিশুখ্ৰীষ্টৰ জীৱনী"
"অৰুণোদয়"with cutter (১৮৪৬)
"Grammatical Notices of the Assamese Language."
২/ এলিজা ব্ৰাউন
'সাধুৰ পুথি'
'গণনা পুথি'
(for children)
'গণনা পুথি'
(for children)
৩/ ড° মাইলছ ব্ৰন্সন (১৮১২-৮৩)
'অসমীয়া অভিধান' (১৮৬৭)
ইয়াৰ উপৰিও স্তুতি গীত ৰচনা কৰে।
ইয়াৰ উপৰিও স্তুতি গীত ৰচনা কৰে।
৪/ এ. কে . গাৰ্নি (১৮৫৪-১৯১০)
অৰুণোদই with Brown
'প্ৰাচীন নিয়ম'
'ৰুথ আৰু যোচেফৰ কাহিনী'(১৮৮১)
'কানি বেহেৰুৱাৰ কথা'(১৮৭৮)
'এলোকেশী বেশ্যাৰ কথা'(১৮৭৭)
'কামিনী কান্তৰ চৰিত্ৰ'(১৮৭৭)
'প্ৰাচীন নিয়ম'
'ৰুথ আৰু যোচেফৰ কাহিনী'(১৮৮১)
'কানি বেহেৰুৱাৰ কথা'(১৮৭৮)
'এলোকেশী বেশ্যাৰ কথা'(১৮৭৭)
'কামিনী কান্তৰ চৰিত্ৰ'(১৮৭৭)
৫/ শ্ৰীমতী গান্তিঃ 'ফুলমণি আৰু কৰুণাৰ কাহিনী' হিব্ৰু ভাষাৰ পৰা 'অ'ল্ড টেষ্টামেনট' অসমীয়া ভাষালৈ অনুবাদ কৰে। আৰু H.P Moora ৰ গত লগ লাগি 'নিউ টেষ্টামেন্ট' অনুবাদ শংশোধন কৰে। ১৯০৫ চনত ' দীপ্তি' আলোচনী উলিয়ায়।
To be continues
Comments
Post a Comment