Skip to main content

Posts

Showing posts from August, 2020

ৰজনীকান্ত বৰদলৈ ৰ উপন্যাস (১৮৬৯-১৯৩৯)

 মিৰি জীয়ৰী (১৮৯৪) মনোমতী (১৯০১) ৰঙ্গিলী (১৯২৫) নিৰ্মল ভকত (১৯২৫) ৰাধা ৰুক্মীণী ৰণ (১৯২৫) দন্দুৱা দ্ৰোহ (১৯২৮) তাম্ৰেশ্বৰী মন্দিৰ (১৯২৫) ৰহদৈ লিগিৰী (১৯৩০) খাম্বাখুইবী (১৯৩২)

হিতেশ ডেকা ৰ উপন্যাস (১৯২৮-২০০০)

 আজিৰ মানুহ (১৯৫২) নতুন পথ (১৯৫৪) মাটি কাৰ (১৯৫৬) ভাড়াঘৰ (১৯৫৭) এয়েতো জীৱন ( তিনিখণ্ড ১৯৬৩) জীৱন সংঘাত (১৯৬৯) ইতিহাসে সকীয়াই (১৯৭২)  সুখৰ সংসাৰ (১৯৭৫)  নিৰ্যাতিতা সতী (১৯৮০) কামপত্নী (১৯৮১) গাঁওৰ মানুহ (১৯৯৫)  বাৰীৰ কোঁৱৰ (শিশু উপন্যাস ১৯৯৫) সাহসী লৰা (২০০০) ত্যাগ (২০০০)  বৈৰী মানুহ (১৯৫৮)